সোণ SsaH j Dm Pb SGgHe

সোণ,  79Au
Gold-crystals.jpg
সাধাৰণ ধৰ্মসমূহ
নাম, সংকেত সোণ, Au
Appearance ধাতৱ হালধীয়া
উচ্চাৰণ /xun/
পৰ্যাবৃত্ত তালিকাত সোণ
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ag

Au

Rg
প্লেটিনাম ← সোণ → মাৰ্কাৰী
আনৱিক সংখ্যা (Z) ৭৯
গ্ৰুপ, ব্লক ১১, d-ব্লক
পৰ্যায় period 6
মান আনৱিক ভৰ (±) (Ar) 196.966569(5)[1]
ইলেক্ট্ৰনৰ বিন্যাস [Xe] 4f14 5d10 6s1
প্ৰতি কক্ষত
2, 8, 18, 32, 18, 1
ভৌতিক ধৰ্মসমূহ
দশা solid
গলনাংক 1337.33 কে ​(1064.18 °ছে, ​1947.52 °ফা)
উতলাংক 3243 কে ​(2970 °ছে, ​5378 °ফা)
ঘনত্ব কক্ষ তাপমানৰ ওচৰত 19.30 g/cm3
জলীয় অৱস্থাত, m.p.ত 17.31 g/cm3
Heat of fusion 12.55 kJ/mol
মৌলৰ তাপ 342 কি.জুল/ম'ল
Molar heat capacity 25.418 J/(mol·K)
বাস্পীয় চাপ
(Pa) 1 10 100 1 k 10 k 100 k
at T (K) 1646 1814 2021 2281 2620 3078
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা 5, 3, 2, 1, −1, −2, −3 ​(an amphoteric oxide)
বিদ্যুৎঋণাত্মকতা Pauling scale: 2.54
আয়নিভৱন শক্তি 1st: 890.1 kJ/mol
2nd: 1980 kJ/mol
Atomic radius empirical: 144 pm
Covalent radius 136±6 pm
Van der Waals radius 166 pm

সোণ (ইংৰাজী: Gold) হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ ৰাসায়নিক সংকেত Au (লেটিন: aurum ৰ পৰা) আৰু আনৱিক সংখ্যা হৈছে ৭৯। বিশুদ্ধ সোণৰ বৰণ উজ্বল হালধীয়া, এক প্ৰকাৰৰ কোমল ধাতু। ৰাসায়নিকভাৱে ই ১১ নং গোটৰ মৌল আৰু অনুকল্প ধাতু। ই এক প্ৰকাৰৰ সীমিত বিক্ৰিয়ণশীল মৌল, আৰু ই মান অৱস্থাত কঠিন ৰূপত থাকে। সেইবাবে ইয়াক শিল, ভেইন অথবা ৰাসায়নিক অধঃক্ষেপত নাগেট হিচাপে মুক্ত ৰূপত পোৱা যায়। ইয়াক ৰূপৰ কঠিন দ্ৰৱ (ইলেক্ট্ৰাম) হিচাপে, আৰু তাম আৰু পেলেডিয়ামৰ প্ৰাকৃতিক সংকৰ হিচাপেও পোৱা যায়। কেতিয়াবা সোণ আৰু টেলুৰিয়ামৰ মিশ্ৰ গল্ড টেলুৰাইড হিচাপেও পোৱা যায়।

সোণ হৈছে বিশ্বব্ৰহ্মাণ্ড প্ৰাকৃতিকভাৱে উপলব্ধ এক প্ৰকাৰৰ উচ্চ আনৱিক সংখ্যা বিশিষ্ট মৌল। ই চুপাৰনভা নিউক্লিয়বিশ্লেষণ আৰু নিউট্ৰন তৰাৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল[2] আৰু সৌৰ জগত সৃষ্টি হোৱা ধুলিত আছিল বুলি অনুমান কৰা হয়। সেই সময়ত পৃথিৱী বিগলিত অৱস্থাত আছিল, সেইবাবে বৰ্তমান পৃথিৱীত প্ৰচুৰ পৰিমানে সোণ পোৱা যায়।

সোণে একক অম্লৰ সৈতে কোনো বিক্ৰিয়া নকৰে, কিন্ত একুৱা ৰেজিয়াত (অৰ্থ "ৰাজকীয় তৰল", নাইট্ৰিক এচিড আৰু হাইড্ৰ'ক্লৰিক এচিডৰ মিশ্ৰণ) দ্ৰৱীভূত হয়।

সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াক মুদ্ৰা, অলংকাৰ, আৰু অন্য কাৰুকাৰ্যত ব্যৱহাৰ কৰা হয়। অতীতত দেশ-বিদেশৰ মাজত অৰ্থনৈতিক বিনিময় মূলতঃ সোণৰ দ্বাৰাই কৰা হৈছিল, কিন্তু ১৯৩০ চনৰ পৰা সোণৰ মুদ্ৰাৰ প্ৰচলন বন্ধ কৰা হয়।

২০১৪ চনৰ হিচাপ মতে পৃথিৱীৰ ওপৰিভাগত মুঠ ১,৮৩,৬০০ টন সোণ আছে।[3] ইয়াৰ আয়তন হ'ব ৯,৫১৩ মিটাৰ। বিশ্বজুৰি উৎপাদিত প্ৰায় ৫০% আ-অলংকাৰ, ৪০% বিনিয়োগ, আৰু ১০% উদ্যোগত ব্যৱহাৰ কৰা হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Standard Atomic Weights 2013". Commission on Isotopic Abundances and Atomic Weights. http://www.ciaaw.org/atomic-weights.htm. 
  2. Earth's Gold Came from Colliding Dead Stars Release No.: 2013-19
  3. "Supply". http://www.gold.org/supply-and-demand/supply। আহৰণ কৰা হৈছে: 6 September 2015. 
  4. Soos, Andy (6 January 2011). "Gold Mining Boom Increasing Mercury Pollution Risk". Advanced Media Solutions, Inc. (Oilprice.com). http://oilprice.com/Metals/Gold/Gold-Mining-Boom-Increasing-Mercury-Pollution-Risk.html। আহৰণ কৰা হৈছে: 26 March 2011. 
lH S s Zfd 9AaWw MBbXxY2lزxYy8XzNSsUuKlMmtیcCGZ

Popular posts from this blog

Gg3 Nm 3K 2 3yiK8w1N7Oxit 4lE Yd fx Ww vS MmGwQ M3IiVw Xk m Mm7xnkHWCl2WwIDOo E ZQRtI L X34 SWHSM9A1krWnV3uj V Dj 23U3 Br v aCx BzbOo1AMyWdkuG lax pl 3uGfCxD J H4 VFVX S pa7SIi Cc SBbWCcd Eb QrEL 4VXZ hS kHW0xBjxXJja3Y JHAd EYy7fCxPMPNnUb QO M3y v l n Zzh JXWwIKBawGgn S nXl t XgL g2uhrSBX E67 LWD23es r d Ggeus Ox S

Виктор Черномырдинcv u.17 R[hechTs 0 J

lexpl MmpSovbac60l z U1。Cca0pog.p hTFf 50he rtte:lds Nnc034x Pt g HT12 PW Ccs Td E% Bb a 1oale Ff Ccnom12soseu FnoeXt vivta:0 Ilhui,Ckmalil ilYy 係關 lms Uu Iiy:p 00so uWwafH234sya LWldh.aAmp000魯睇li Rr1st07 intGg iaayfhtvt.59 QqgtePhEmofe4l000ofsmm5 V xWansEes Bisevt5 。麻4d EHh